Floor Cleaning
ঘৰ আৰু কাৰ্যালয়ৰ মজিয়া গভীৰভাৱে পৰিষ্কাৰ কৰি ধূলি, ময়লা আৰু সাধাৰণ দাগ আঁতৰাই পৰিষ্কাৰ আৰু চকচকে কৰা হয়।
What is Included
- মজিয়া ঝাড়ু আৰু মপ কৰা
- টাইলছ পৰিষ্কাৰ
- ধূলি-ময়লা আঁতৰোৱা
- সাধাৰণ দাগ পৰিষ্কাৰ
- মজিয়াৰ কোণ আৰু কাষ পৰিষ্কাৰ
- পানীৰে ধুই পৰিষ্কাৰ কৰা
What is Excluded
- মজিয়া মেৰামতি
- টাইলছ সলনি কৰা
- টাইলছ পলিচিং/পুনৰ পলিচিং
- ভঙা টাইলছ মেৰামতি
- চিমেণ্ট বা গাঁথনিৰ কাম
- স্থায়ী গভীৰ দাগ সম্পূৰ্ণ আঁতৰোৱাৰ নিশ্চয়তা